সৰিয়হ, ফুলকবিত বিঘাই প্ৰতি ১ কিলো ব’ৰাক্স প্ৰয়োগ কৰিব। নাৰিকল গছৰ গুৰিৰ পৰা নিলগত চক্ৰাকাৰে গাঁত খান্দি ৫০ গ্ৰাম ব’ৰাক্স, ৭৫০ গ্ৰাম ইউৰিয়া, ১ কিলো ছুপাৰ, ১ কিলো পটাছ সাৰ ৪ বছৰৰ ওপৰৰ প্ৰতিজোপা গছত এপাচি গোবৰৰ সৈতে প্ৰয়োগ কৰক। অক্টোবৰ-নৱেম্বৰ মাহত। কলৰ ফল আঁচোৰা পোক নিবাৰণৰ বাবে মালাথিয়ন ৫০ ই চি আৰু পানামা ৰোগ নিবাৰণৰ বাবে ইন্দ’ফিল এম-৪৫ প্ৰয়োগ কৰক। উৎস: অসমীয়া খবৰ