জাত জাত ব্যৱধান সেউজীয়া ঘাঁহ ডাল-পাত( কুই:/হে: ) সেউজীয়াপাত ( কুই:/হে:) শুকান পাত ( কুই:/হে:) হাৱাইন-১ ১ মি: x ২০ চে:মি: ৮৫০.০০ ৮৩.৩৩ ৫১.৪১ শচৰাচৰ হোৱা জাত-১ ১ মি: x ৩০ চে:মি: ১১২৮.৮৩ ১৬২.৫০ ৮৭.০৭ বীজৰ পৰিমাণ : হেক্টৰে প্ৰতি ৩-৪ কি.গ্রা.৷ বীজ শোধন : ৮০ ডিগ্রী চেন্টিগ্ৰেড উত্তাপ থকা উতলা পানীত বীজবোৰ তিয়াই ললে ভালদৰে অঙ্কুৰিত হয়৷ সাৰ কি.গ্রা./হেক্টৰ কি.গ্রা./বিঘা গোবৰ বা পচন সাৰ ৩ টন ৪ কুই: নাইট্ৰ'জেন ২০ ২.৬৬ ফচফৰাচ ৫০ ৬.৬ বীজ সিচা সময় : মাৰ্চ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈকে৷ শস্য কটা গুৰিৰ ফালৰ পৰা ৬০ চে: মি: উচ্চতা বাদ দি, বীজ সিঁচাৰ ৫০ দিনৰ পিছত প্ৰথমবাৰ শস্য কাটিব লাগে ৷ ইয়াৰ পিছত ৪০ দিনৰ অন্তৰে অন্তৰে দ্বিতীয়বাৰ গুৰিৰ পৰা ৭৫ চে: মি: বাদ দি আৰু তৃতীয়বাৰ ৯০ চে: মি: বাদ দি কাটিব লাগে ৷ তাৰ পিছত প্ৰতিবাৰে গুৰিৰ পৰা ৯০ চে: মি: উচ্চতা বাদ দি ৪০ দিনৰ অন্তৰে অন্তৰে শস্য কাটিব পাৰি৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।