প্ৰশিক্ষণ কাৰ্য্যসূচী : ২০০৯-১০ (ক) কৃষক(পুৰুষ/আৰু মহিলা) বিভাগ : শস্য উৎপাদন ক্ৰমিক নং বিষয় ১ অপতৃণ নিয়ন্ত্রণ ২ পুষ্টিৰ পৰিচালনা ৩ উকর্ষ সংৰক্ষণ প্রযুক্তি ৪ শস্য নিকায় ৫ সংযুক্ত কৃষি পদ্ধতি ৬ শস্যৰ বীজ উত্পাদন ৭ পুলিবাৰী পৰিচালনা ৮ সংযুক্ত শস্য পৰিচালনা ৯ ঘাহঁ জাতীয় শস্য উত্পাদন ১০ জৈৱিক উপকৰণ উত্পাদন বিভাগ : উদ্যান শস্য ক)শাক-পাচলি ক্ৰমিক নং বিষয় ১ কম আৰু বেছি আয়তনৰ শস্যৰ উত্পাদন পদ্ধতি ২ আৱতৰীয়া শাক-পাচলীৰ উত্পাদান ৩ পুলিবাৰী প্রস্তুতি ৪ বৈদেশিক জাতৰ শাক-পাচলীৰ উত্পাদন পদ্ধতি ৫ বৈদিশক জাতৰ ভাল গুণ সম্পন্ন শাক-পাচলীৰ উত্পাদন পদ্ধতি ৬ বাগিছা আৰু ইয়াৰ সমীকৰণ ৭ সেউজগৃহ অথবা চালি দি কৰা শাক-পাচলীৰ খেতি খ )ফলমূল ক্ৰমিক নং বিষয় ১ প্রশিক্ষণ ২ কলম কৰা পদ্ধতি ৩ উদ্যান শস্যৰ পথাৰ পৰিচালনা ৪ ফলমূল শস্যৰ উত্পাদন ও কৃষিকর্ম ৫ অল্প বয়সীয়া ফলমূলৰ গছৰ পৰিচার্য্যা ৬ পুৰণাবাৰীৰ পুনঃ উঠ্ঠান কৰা ৭ ৰপ্তানী প্রাপ্ত ফলমূল গছৰ উত্পাদন পদ্ধতি ৮ ফলমুলৰ বাগিছাত সূক্ষ্ম জলযোগান আচঁনিৰ প্রৱর্তন ৯ গছ গছনিৰ প্রজনন পদ্ধতি গ)সৈন্দর্য্য বদ্ধন গছ ক্ৰমিক নং বিষয় ১ পুলিবাৰী পর্য্যবেক্ষন অথবা পৰিচালনা ২ টাবত হোৱা গছৰ পৰিচালনা ৩ ৰপ্তানীহোৱা সৈন্দর্য্যবদ্ধন গছৰ উত্পাদন ৪ সৈন্দর্য্যবদ্ধন গছৰ প্রজনন প্রণালী বা প্রযুক্তি ঘ)বাগিছাত কৰা উদ্ভিদ ক্ৰমিক নং বিষয় ১ উত্পাদন ও পৰিচালনা ২ সংসাধিত আৰু মূল্য সংযোজন ঙ)আলুজাতীয় শস্য ক্ৰমিক নং বিষয় ১ উত্পাদন ও পৰিচালনা ২ সংসাধিত আৰু মুল্য সংযোজন চ )মছলা জাতীয় শস্য ক্ৰমিক নং বিষয় ১ উত্পাদন ও পৰিচালনা ২ সংসাধিত আৰু মুল্য সংযোজন ছ )ঔষধি আৰু সুগদ্ধি গছৰ খেতি ক্ৰমিক নং বিষয় ১ পুলিবাৰী প্রস্তুতি ২ উত্পাদন ও পৰিচালনা ৩ খাদ্য সংযোজন আৰু মুল্য সংযোজন জ)মাটিৰ উবর্বৰতা আৰু পৰিচালনা ক্ৰমিক নং বিষয় ১ মাটিৰ উবর্বৰা শক্তিৰ সংৰক্ষণ/পৰিচালনা ২ মাটিৰ আৰু পানীৰ সংৰক্ষণ ৩ সম্বনিত পুষ্টি পৰিচালনা ৪ জৈৱিক দ্রৱ্যৰ উত্পাদন ও ব্যৱহাৰ ৫ আসোৱাহ পূর্ণ মাটিৰ পৰিচালনা ৬ খেতিত সূক্ষ্ম গুণ সম্পন্ন মৈলৰ অভাৱ ৭ পুষ্টিৰ ব্যৱহাৰৰ কার্য্যদক্ষতা ৮ মাটি আৰু পানীৰ পৰিক্ষা ঝ)পশুপালনৰ উত্পাদন ও পৰিচালনা ক্ৰমিক নং বিষয় ১ গৰুগাই পালন ও পৰিচালনা ২ কুকুৰা পালন ও পৰিচালনা ৩ গাহৰি পালন ও পৰিচালনা ৪ শহাপহু পালন ও পৰিচালনা ৫ খাদ্য নিয়ন্ত্রণ ও পৰিচালনা ৬ গুণমান সম্পন্ন সম্ভাৰৰ উত্পাদন ঞ)গাৰ্হস্হ্য বিজ্ঞান ও মহিলাৰ ক্ষমতা বর্ধন ক্ৰমিক নং বিষয় ১ খাদ্য সম্ভাৰৰ নির্ভয়তাত পুষ্টিকৰ খাদ্যৰ/শস্যৰ বাগিছাৰ ওপৰত গুৰুত্ব আৰোপ ২ কম খৰচৰ খাদ্য সম্ভাৰৰ প্রস্তুতি ৩ খাদ্যপ্রস্তুত কৰণত পুষ্ঠিৰ মানৰক্ষা ৪ আত্মসহায়ক গোটৰ দ্বাৰা লিঙ্গঁৰ আত্মপ্রকাশ কৰা ৫ খাদ্য সংৰক্ষণত লোকচান কমোৱাৰ দিহা ৬ খাদ্যৰ দ্রব্যৰ মান উন্নতিকৰণ ৭ গাঁৱৰ মাইকীমানুহৰ বাবে ধন উপার্জনৰ দিহা কৰা ৮ অঞ্চলভিত্তিক গাত নলগাকৈ কাম কমোৱাৰ পদ্ধতি ৯ গাঁৱলীয়া কৃষ্ঠি বিকাশ ১০ মাইকীমানুহ ও লৰা-ছোৱালীক লব লগা সাৱধানতা ট )কৃষি অভিযান্ত্রিক বিভাগ ক্ৰমিক নং বিষয় ১ সূক্ষ জলসংযোগ কৰণ ও ইয়াৰ তত্বাৱধান ২ কৃষি ক্ষেত্রত প্লাষ্টিকৰ ব্যৱহাৰ ৩ সৰু/সূহ্ম কৃষি সঁজুলিৰ উত্পাদন ৪ কৃষিৰ সা-সঁজুলিৰ মেৰামতি ও তত্বাৱধান ৫ কম পৰিধিত কার্য্য প্রণালী আৰু দ্রব্যৰ মান উন্নতিকৰণ ৬ খেতি চপোৱাৰ পচ্চ্যাত লব লগা কৃষি প্রযুক্তি ঠ )শস্য ৰক্ষা ক্ৰমিক নং বিষয় ১ সংহত কীটপতঙ্গঁ নিয়ন্ত্রন ২ ৰোগ ব্যাধি নিয়ন্ত্রন ৩ জৈৱিক প্রকাৰে কীট পতঙ্গঁ নিয়ন্ত্রন ৪ জৈৱিক কীট পতঙ্গঁ নাশক উত্পাদন ড )মীন পালন ক্ৰমিক নং বিষয় ১ সংহত মীন পালন ২ হেচাৰীৰ তত্বাৱধান ও কার্পমাছৰ প্রজনন ৩ কার্ৰা মাছৰ পোৱালী উত্পাদন ৪ সংযুত মীন পালন ৫ হেচাৰীৰ তত্বাৱধান আৰু মিছামাছ পালন উৎস: অসম কৃষি বিশ্ববিদ্যালয়।