প্ৰশিক্ষণ কাৰ্য্যসূচী : ২০০৯-১০ (ক) কৃষক(পুৰুষ/আৰু মহিলা) বিভাগ : শস্য উত্পাদন ক্ৰমিক নং বিষয় ১ অপতৃণ নিয়ন্ত্রণ ২ পুষ্টিৰ পৰিচালনা ৩ উকর্ষ সংৰক্ষণ প্রযুক্তি ৪ শস্য নিকায় ৫ সংযুক্ত কৃষি পদ্ধতি ৬ শস্যৰ বীজ উত্পাদন ৭ পুলিবাৰী পৰিচালনা ৮ সংযুক্ত শস্য পৰিচালনা ৯ ঘাহঁ জাতীয় শস্য উত্পাদন ১০ জৈৱিক উপকৰণ উত্পাদন বিভাগ : উদ্যান শস্য ক)শাক-পাচলি ক্ৰমিক নং বিষয় ১ কম আৰু বেছি আয়তনৰ শস্যৰ উত্পাদন পদ্ধতি ২ আৱতৰীয়া শাক-পাচলীৰ উত্পাদান ৩ পুলিবাৰী প্রস্তুতি ৪ বৈদেশিক জাতৰ শাক-পাচলীৰ উত্পাদন পদ্ধতি ৫ বৈদিশক জাতৰ ভাল গুণ সম্পন্ন শাক-পাচলীৰ উত্পাদন পদ্ধতি ৬ বাগিছা আৰু ইয়াৰ সমীকৰণ ৭ সেউজগৃহ অথবা চালি দি কৰা শাক-পাচলীৰ খেতি খ )ফলমূল ক্ৰমিক নং বিষয় ১ প্রশিক্ষণ ২ কলম কৰা পদ্ধতি ৩ উদ্যান শস্যৰ পথাৰ পৰিচালনা ৪ ফলমূল শস্যৰ উত্পাদন ও কৃষিকর্ম ৫ অল্প বয়সীয়া ফলমূলৰ গছৰ পৰিচার্য্যা ৬ পুৰণাবাৰীৰ পুনঃ উঠ্ঠান কৰা ৭ ৰপ্তানী প্রাপ্ত ফলমূল গছৰ উত্পাদন পদ্ধতি ৮ ফলমুলৰ বাগিছাত সূক্ষ্ম জলযোগান আচঁনিৰ প্রৱর্তন ৯ গছ গছনিৰ প্রজনন পদ্ধতি গ)সৈন্দর্য্য বদ্ধন গছ ক্ৰমিক নং বিষয় ১ পুলিবাৰী পর্য্যবেক্ষন অথবা পৰিচালনা ২ টাবত হোৱা গছৰ পৰিচালনা ৩ ৰপ্তানীহোৱা সৈন্দর্য্যবদ্ধন গছৰ উত্পাদন ৪ সৈন্দর্য্যবদ্ধন গছৰ প্রজনন প্রণালী বা প্রযুক্তি ঘ)বাগিছাত কৰা উদ্ভিদ ক্ৰমিক নং বিষয় ১ উত্পাদন ও পৰিচালনা ২ সংসাধিত আৰু মূল্য সংযোজন ঙ)আলুজাতীয় শস্য ক্ৰমিক নং বিষয় ১ উত্পাদন ও পৰিচালনা ২ সংসাধিত আৰু মুল্য সংযোজন চ )মছলা জাতীয় শস্য ক্ৰমিক নং বিষয় ১ উত্পাদন ও পৰিচালনা ২ সংসাধিত আৰু মুল্য সংযোজন ছ )ঔষধি আৰু সুগদ্ধি গছৰ খেতি ক্ৰমিক নং বিষয় ১ পুলিবাৰী প্রস্তুতি ২ উত্পাদন ও পৰিচালনা ৩ খাদ্য সংযোজন আৰু মুল্য সংযোজন জ)মাটিৰ উবর্বৰতা আৰু পৰিচালনা ক্ৰমিক নং বিষয় ১ মাটিৰ উবর্বৰা শক্তিৰ সংৰক্ষণ/পৰিচালনা ২ মাটিৰ আৰু পানীৰ সংৰক্ষণ ৩ সম্বনিত পুষ্টি পৰিচালনা ৪ জৈৱিক দ্রৱ্যৰ উত্পাদন ও ব্যৱহাৰ ৫ আসোৱাহ পূর্ণ মাটিৰ পৰিচালনা ৬ খেতিত সূক্ষ্ম গুণ সম্পন্ন মৈলৰ অভাৱ ৭ পুষ্টিৰ ব্যৱহাৰৰ কার্য্যদক্ষতা ৮ মাটি আৰু পানীৰ পৰিক্ষা ঝ)পশুপালনৰ উত্পাদন ও পৰিচালনা ক্ৰমিক নং বিষয় ১ গৰুগাই পালন ও পৰিচালনা ২ কুকুৰা পালন ও পৰিচালনা ৩ গাহৰি পালন ও পৰিচালনা ৪ শহাপহু পালন ও পৰিচালনা ৫ খাদ্য নিয়ন্ত্রণ ও পৰিচালনা ৬ গুণমান সম্পন্ন সম্ভাৰৰ উত্পাদন ঞ)গাৰ্হস্হ্য বিজ্ঞান ও মহিলাৰ ক্ষমতা বর্ধন ক্ৰমিক নং বিষয় ১ খাদ্য সম্ভাৰৰ নির্ভয়তাত পুষ্টিকৰ খাদ্যৰ/শস্যৰ বাগিছাৰ ওপৰত গুৰুত্ব আৰোপ ২ কম খৰচৰ খাদ্য সম্ভাৰৰ প্রস্তুতি ৩ খাদ্যপ্রস্তুত কৰণত পুষ্ঠিৰ মানৰক্ষা ৪ আত্মসহায়ক গোটৰ দ্বাৰা লিঙ্গঁৰ আত্মপ্রকাশ কৰা ৫ খাদ্য সংৰক্ষণত লোকচান কমোৱাৰ দিহা ৬ খাদ্যৰ দ্রব্যৰ মান উন্নতিকৰণ ৭ গাঁৱৰ মাইকীমানুহৰ বাবে ধন উপার্জনৰ দিহা কৰা ৮ অঞ্চলভিত্তিক গাত নলগাকৈ কাম কমোৱাৰ পদ্ধতি ৯ গাঁৱলীয়া কৃষ্ঠি বিকাশ ১০ মাইকীমানুহ ও লৰা-ছোৱালীক লব লগা সাৱধানতা ট )কৃষি অভিযান্ত্রিক বিভাগ ক্ৰমিক নং বিষয় ১ সূক্ষ জলসংযোগ কৰণ ও ইয়াৰ তত্বাৱধান ২ কৃষি ক্ষেত্রত প্লাষ্টিকৰ ব্যৱহাৰ ৩ সৰু/সূহ্ম কৃষি সঁজুলিৰ উত্পাদন ৪ কৃষিৰ সা-সঁজুলিৰ মেৰামতি ও তত্বাৱধান ৫ কম পৰিধিত কার্য্য প্রণালী আৰু দ্রব্যৰ মান উন্নতিকৰণ ৬ খেতি চপোৱাৰ পচ্চ্যাত লব লগা কৃষি প্রযুক্তি ঠ )শস্য ৰক্ষা ক্ৰমিক নং বিষয় ১ সংহত কীটপতঙ্গঁ নিয়ন্ত্রন ২ ৰোগ ব্যাধি নিয়ন্ত্রন ৩ জৈৱিক প্রকাৰে কীট পতঙ্গঁ নিয়ন্ত্রন ৪ জৈৱিক কীট পতঙ্গঁ নাশক উত্পাদন ড )মীন পালন ক্ৰমিক নং বিষয় ১ সংহত মীন পালন ২ হেচাৰীৰ তত্বাৱধান ও কার্পমাছৰ প্রজনন ৩ কার্ৰা মাছৰ পোৱালী উত্পাদন ৪ সংযুত মীন পালন ৫ হেচাৰীৰ তত্বাৱধান আৰু মিছামাছ পালন ৬ মাছৰ প্রজনন ও উত্পাদন পদ্ধতি ৭ লঘু অথবা দাঙি লৈফুৰিব পৰা প্লাষ্টিকৰ হেচাৰী ৮ চৰিয়াত মাছ আৰু মিছামাছৰ পালন ৯ মীছামাছৰ উত্পাদন পদ্ধতি ১০ অয়ষ্ঠাৰৰ উত্পাদন পদ্ধতি ১১ মুকুতা উত্পাদন পদ্ধতি ১২ সঠিক সংৰক্ষণৰ যোগেদি মাছৰ মান উন্নতি কৰা ঢ )কার্যক্ষেত্রত যাৱতীয় সামগ্রীৰ উত্পাদন ক্ৰমিক নং বিষয় ১ বীজ উত্পদান ২ ৰোপন সামগ্রীৰ উত্পাদন পদ্ধতি ৩ জৈৱিক সামগ্রীৰ উত্পাদন পদ্ধতি ৪ জৈৱিক কীট-পতংগ পদ্ধতি ৫ জৈবিক সাৰৰ উত্পাদন পদ্ধতি ৬ কেচুঁসাৰ উত্পাদন পদ্ধতি ৭ অন্যান্য জৈৱিক সাৰৰ উত্পাদন পদ্ধতি ৮ মৌ-মাখি আৰু চাক উত্পাদন পদ্ধতি ৯ সৰু/কৃষি সজুঁলিৰ উত্পাদন ১০ পশুৰ খাদ্য আৰু ঘাঁহৰ উত্পাদন পদ্ধতি ১১ মাছৰ খাদ্য উত্পাদন পদ্ধতি ণ )জ্ঞানবৰ্ধন আৰু গোটৰ গতি শক্তি বঢ়োৱা ক্ৰমিক নং বিষয় ১ গাৱঁৰ পৰিবেশৰ বাবে নেতত্ত্বৰ গঠন ২ গতিশক্তি বঢ়োৱাৰ বিষয়ে প্রশিক্ষণ ৩ আত্মসহায়ক গোট গঠন আৰু পৰিচালনা ৪ গাঁৱলীয়া সমাজৰ মুল গাঠনিৰ পৰিচালনা ৫ কৃষক/যুৱ সমাজৰ মাজত স্বাৱলম্বী হোৱাৰ উপায়ৰ আলোচনা ত )কৃষি বনাণীকৰণ ক্ৰমিক নং বিষয় ১ উত্পাদনৰ প্রথা/প্রণালী ২ পুলিবাৰী পৰিচালনা ৩ সংহত কৃষি প্রণালী (খ) গ্রাম্য যুৱক ক্ৰমিক নং বিষয় ১ কাঠ ফুলাৰ উত্পাদন ২ মৌ পালন পদ্ধতি ৩ সংহত কৃষি পদ্ধতি ৪ বীজ উত্পাদন ৫ জৈৱিক উপাদান উত্পাদন ৬ সংহত কৃষি পদ্ধতি ৭ ৰোপন সামগ্রীৰ উত্পাদন ৮ কেচুঁসাৰ প্রস্তুত প্রণালী ৯ ৰেচম শিল্প ১০ আৱদ্ধ ভাৱে কৰা শাক-পাচলিৰ খেতি ১১ ব্যৱসায়িক ভিত্তিত ফলমূল উত্পাদন ১২ কৃষিৰ সা-সজুঁলিৰ মেৰামতি ও তত্ত্বাৱধান ১৩ উদ্যান শস্যৰ পুলিবাৰিৰ তত্বাৱধান ১৪ কলম কৰা পদ্ধতি ১৫ উদ্যান শস্যৰ পুলিবাৰিৰ তত্বাৱধান ১৬ কলম কৰা পদ্ধতি ১৭ মূল্যবৃদ্ধি কৰন ১৮ পশুধনৰ পৰা উত্পাদিত উন্নত মানৰ সামগ্রীৰ উত্পাদন ১৯ গাখীৰ উত্পাদন ২০ ছাগলী ও ভেৰাৰ উত্পাদন ২১ কুৱেইলৰ উত্পাদন পাম ২২ গাহৰী পালন ২৩ শহাপশুৰ উত্পাদন ২৪ কুকুৰা উত্পাদন ২৫ অলঙ্কিঁত মাছৰ উত্পাদন ২৬ পশুপালন কৰ্ম্মীৰ প্রশিক্ষণ ২৭ কৃষি কর্মীৰ প্রশিক্ষণ ২৮ সংযুত মীন পালন ২৯ মিছামাছৰ উত্পাদন ৩০ মাছ ধৰা ও ইয়াৰ সংৰক্ষণৰ প্রযুক্তি ৩১ মাছৰ পোণা প্রতিপালন কৰা ৩২ কম মাতাত মাছৰ সংৰক্ষণ ৩৩ খেতি চপোৱাৰ পচ্চচ্যাত কৃষি প্রযুক্তি ৩৪ চিলাই কৰা ৩৫ গ্রাম্য শিল্প ৩৬ সম্প্রসাৰণ কর্মী ৩৭ পথাৰ শস্যৰ উত্পাদন বর্ধন ৩৮ সংহত পোক পৰুৱা নিয়ন্ত্রণ ৩৯ সংহত পুষ্ঠিৰ পৰিচালনা ৪০ পুৰণা-বাৰীৰ পুনঃওঠ্ঠান ৪১ আৱদ্ধভাৱে কৰা কৃষি প্রণালী ৪২ আত্মসহায়ক গোট গঠণ ও তত্ত্বাৱধান ৪৩ কৃষক গোট গঠন ও গোটৰ সাভাৱিকচলন শক্তি ৪৫ কৃষকৰ মাজত তথ্য প্রচাৰৰ ভেটি ৪৬ কৃষি সঁজুলিৰ তত্ত্বাৱধান ও মেৰামতি বিশ্ব বাণিজ্য সংস্থা আৰু আপি আৰ বিষয়ে ৪৭ বিশ্ববাণিজ্য আৰু বৈদ্ধিক সম্পত্তিৰ অধিকাৰ ৪৮ পশুধন পামৰ পৰিচালনা ৪৯ পশুধনৰ বাবে ঘাহঁজাতীয় শস্যৰ উত্পাদন ৫০ ঘৰুৱা খাদ্য দ্রব্যৰ নির্ভয়তা/ৰক্ষা ৫১ মাইকীমানুহ ও লৰা-ছোৱালীৰ লব লগা সাৱধানতা/যত্ন ৫২ কম খৰচত পুষ্ঠিযুক্ত খাদ্যৰ উত্পাদন ৫৩ জৈৱিক দ্রৱ্যৰ উত্পাদন ও ব্যৱহাৰ ৫৪ আত্মসহায়ক গোটৰ যোগেদি লৈংগিক সমীকৰণ ৫৫ অন্যান্য উৎস: অসম কৃষি বিশ্ববিদ্যালয়।